Monday, 10 August, 2026г.
russian english deutsch french spanish portuguese czech greek georgian chinese japanese korean indonesian turkish thai uzbek

пример: покупка автомобиля в Запорожье

 

আঙুৰলতাৰ সমষ্টিত আইন-শৃংখলাৰ ভয়ংকৰ ৰূপ || Law and order situation in Angoorlata Deka's constituency

আঙুৰলতাৰ সমষ্টিত আইন-শৃংখলাৰ ভয়ংকৰ ৰূপ || Law and order situation in Angoorlata Deka's constituencyУ вашего броузера проблема в совместимости с HTML5
নগাঁও জিলাৰ বটদ্ৰৱা থানৰ সন্মুখত পৰিস্থিতি এতিয়া এনেকুৱা হৈছে যে দিনতে মহিলা বাহিৰলৈ ওলাবলৈ ভয় কৰে। স্বয়ং শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকাই তেওঁৰ সমষ্টিৰ এই ভয়ংকৰ ৰূপ সদনত দাঙি ধৰিলে। ইটোৰ পিছত সিটোকৈ ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা অঞ্চলটোলৈ গৈ বিধানসভাৰ মহিলা আৰু শিশু সম্পৰ্কীয় কমিটীক প্ৰতিবেদন দাখিলৰ ৰুলিং দিলে অধ্যক্ষই।
Мой аккаунт