Sunday, 23 August, 2026г.
russian english deutsch french spanish portuguese czech greek georgian chinese japanese korean indonesian turkish thai uzbek

пример: покупка автомобиля в Запорожье

 

Hindi teachers from Bihar, UP, MP apply for jobs in Assam schools, face AASU heat

Hindi teachers from Bihar, UP, MP apply for jobs in Assam schools, face AASU heatУ вашего броузера проблема в совместимости с HTML5
এইবাৰ অসমৰ বিদ্যালয়ত শিক্ষক হ’বলৈ আহিল বিহাৰ-উত্তৰ প্ৰদেশৰ যুৱক। ৰাজ্যখনত উচ্চ আৰু প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা হিন্দী বিষয়ৰ শিক্ষক হ’বলৈ আহিল উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ যুৱক। যোৰহাটত শিক্ষক পদত সাক্ষাৎকাৰ দিবলৈ অহা বহিঃৰাজ্যৰ এই প্ৰাৰ্থীক খেদি পঠিয়ালে সদৌ অসম ছাত্ৰ সন্থাই। ৫৭টা পদৰ ৪৩টাতে এতিয়া বিহাৰ, উত্তৰ প্ৰদেশ, ছট্টিশগৰ, মধ্যপ্ৰদেশৰ প্ৰাৰ্থীৰ ভিৰ। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: https://newslivetv.com/
Мой аккаунт