Sunday, 23 August, 2026г.
russian english deutsch french spanish portuguese czech greek georgian chinese japanese korean indonesian turkish thai uzbek

пример: покупка автомобиля в Запорожье

 

মুখ্যমন্ত্রীৰ কথাত আশ্বস্ত নহয় খোদ তেওঁৰেই একালৰ সতীৰ্থ

মুখ্যমন্ত্রীৰ কথাত আশ্বস্ত নহয় খোদ তেওঁৰেই একালৰ সতীৰ্থУ вашего броузера проблема в совместимости с HTML5
সংশোধিত নাগৰিকত্ব আইনক লৈ অসম জ্বলি উঠাৰ পিছত শুকুৰবাৰে সংবাদমেল পাতি ৰাইজক আশ্বস্ত কৰিব খুজিছিল মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। কিন্তু ৰাইজৰ কথা বাদ দিয়ক। মুখ্যমন্ত্রীৰ কথাত আশ্বস্ত নহয় খোদ তেওঁৰেই একালৰ সতীৰ্থ। মুখ্যমন্ত্রীৰ কথাক কেন্দ্র কৰি খোদ মুখ্যমন্ত্রীকে উভতি ধৰিলে CAA বিৰোধী প্রতিবাদত চামিল হৈ বিজেপি ত্যাগ কৰা জগদীশ ভূঞাই।
Мой аккаунт